• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণ সন্দৰ্ভত অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 16, 2019 2:15 pm
anup

অনুপ চেতিয়া। ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে মহানগৰীৰ জু ৰোডৰ ‘গুৱাহাটী চেণ্ট্ৰেল’ৰ সন্মুখত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়াই। গুৱাহাটী প্ৰেছ ক্লাবত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিক্ৰিয়া দিয়ে নেতাজনে।

আলফা স্বাধীনে উক্ত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰাৰ পাছত এই ঘটনাক গৰিহণা দি তেওঁ কয়, ‘কোনে কৰিছে মই অৱশ্যে নাজানো। কিন্তু এটা কথা ঠিক, এনেদৰে বোমা বিস্ফোৰণৰ দ্বাৰা তেওঁলোক লক্ষ্যত উপনীত হ’ব পাৰিব বুলি আমি নাভাবো।’

Apply Now

‘যি পক্ষই নকৰক, লাগিলে আলফা স্বাধীনে কৰক, কোনো ব্যক্তি যাতে সামাজিক জীৱন যাত্ৰাত ক্ষতি নহয়, তথা ব্যক্তিগত ভাৱে ক্ষতি হলে ই লক্ষ্যত কেতিয়াও উপনীত হোৱাত সহায় নকৰে। সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিবলৈ তেওঁলোকলৈ আহ্বান জনাইছো।’ চেতিয়াই কয়।

তেওঁ আৰু কয় ‘কেইজনমান নিৰীহ মানুহ ঘটনাত আঘাতপ্ৰাপ্ত হৈছে। কিছু ক্ষণ পূৰ্বে মইও সেই ৰাস্তাৰে পাৰ হৈ আহিছিলোঁ। গতিকে সেই পথেদি আহি থকা সময়ত দুৰ্ঘটনাৰ বলি মইও হ’ব লগা হ’ল হেতেন যদিহে অলপ পূৰ্বে সেই ঘটনাটো ঘটিল হেতেন।গতিকে মইও নিজে আঘাতপ্ৰাপ্ত বা মৃত্যু পথলৈ গতি কৰিবলৈ কেতিয়াও নিবিচাৰোঁ।’

উল্লেখযোগ্য যে কালিৰ উক্ত গ্ৰেণেড বিস্ফোৰণত ১২জন লোক আঘাতপ্ৰাপ্ত হৈছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত নিশা ভয়ংকৰ কাণ্ড! বৰা চাৰ্ভিছৰ ‘হোটেল বিলাস ইন’ত গুলীচালনাত ৫ জনৰ মৃত্যু

গুৱাহাটীত নিশা ভয়ংকৰ কাণ্ড! বৰা চাৰ্ভিছৰ ‘হোটেল বিলাস ইন’ত গুলীচালনাত ৫ জনৰ মৃত্যু

October 27, 2026 7:30 am
‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

October 26, 2026 9:21 pm
বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

October 26, 2026 8:26 pm
৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

October 26, 2026 6:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত নিশা ভয়ংকৰ কাণ্ড! বৰা চাৰ্ভিছৰ ‘হোটেল বিলাস ইন’ত গুলীচালনাত ৫ জনৰ মৃত্যু

গুৱাহাটীত নিশা ভয়ংকৰ কাণ্ড! বৰা চাৰ্ভিছৰ ‘হোটেল বিলাস ইন’ত গুলীচালনাত ৫ জনৰ মৃত্যু

October 27, 2026 7:30 am
‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

October 26, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd