উত্তৰ-পূব গ্ৰন্থমেলাত গ্ৰন্থৰ সুবাস বিচাৰি গ্ৰন্থপ্ৰেমীৰ লানি : আদৰ বাঢ়িছে ‘ছাংলট ফেনলা’,ৰ দৰে গ্ৰন্থৰ
বহু বাক-বিতণ্ডাৰ অন্তত অৱশেষত অনুষ্ঠিত হ’ল ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা। স্থানো একেই থাকিল-চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ। পূ্ৰ্বৰ দৰেই এইবাৰো...











