Latest Post

4bdb121a-bee4-4f0d-955a-991b3c1f8334

হাতী ধৰা মানুহক ঠগি আত্মস্যাৎ ৩.০৫ কোটি টকা : হাতী ফান্দী ইউনিয়নৰ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

হাতী ফান্দী ইউনিয়ন পৰিচালনা কৰা ৰাজ্যিক সভাপতি ৰত্নেশ্বৰ গগৈ আৰু সাধাৰণ সম্পাদক যোগেন দোলাকাষৰীয়াৰ লগতে এগৰাকী ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতাৰ বিৰুদ্ধে...

হাফলং প্ৰেছ ক্লাবৰ নতুন সমিতি; আৱৰ্ত ভৱনত অনুষ্ঠিত হ’ল বাৰ্ষিক সাধাৰণ সভা

হাফলং প্ৰেছ ক্লাবৰ নতুন সমিতি; আৱৰ্ত ভৱনত অনুষ্ঠিত হ’ল বাৰ্ষিক সাধাৰণ সভা

দেওবাৰে হাফলং প্ৰেছ ক্লাবৰ বাৰ্ষিক সাধাৰণ সভা হাফলং আবৰ্ত ভৱনত অনুষ্ঠিত হৈ যায়। বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাবৰ সভাপতি অনুপ...

697c0a87-d3fb-4f9e-a092-dc2297e89221

দুৰ্নীতিৰ ঘাটিত পৰিণত হোৱাৰ অভিযোগ নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় : এজাহাৰ দাখিল

নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিনে চলি আহিছে নীতি বহিৰ্ভুত কাম কাজ। উৎকোচ দিলে সকলো সম্ভৱ এই কাৰ্যালয়ত, নিদিলে নীতিগতভাৱে...

Karabi_Shrjani

বাওঁ মহাজোঁটে দখল কৰা জে এন য়ুৰ ছাত্ৰ একতা সভালৈ অসমৰো দুগৰাকী ছাত্ৰী নিৰ্বাচিত

আজি ঘোষিত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসমৰ দুগৰাকী ছাত্ৰীয়েও জয়লাভ কৰিছে। ছাত্ৰী দুগৰাকীৰ নাম হ’ল সৃজনী...

assam boxer lovlina

পোলেণ্ডত বিতৰ্কিত পৰিস্থিতিত বক্সিং ৰিঙক বিদায় অসম কন্যা লাভলিনাৰ!

পোলেণ্ডত চলি থকা আন্তঃৰাষ্ট্ৰীয় চিলেচিয়ান বক্সিং প্ৰতিযোগিতাৰ ছেমি ফাইনেলপৰা বিতৰ্কিত পৰিস্থিতিত বিদায় মাগিব লগা হৈছে অসমৰ প্ৰতিভাৱান বক্সাৰ লাভলিনা বৰগোহাঁয়ে।...

Page 12959 of 15056 1 12,958 12,959 12,960 15,056

Recommended

Most Popular