গুৱাহাটীত উত্তৰ-পূব কাব-বুলবুল উৎসৱত কৃতিত্ব শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ৰ
গুৱাহাটীত ৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ কাব-বুলবুল উৎসৱত অসম দলৰ হৈ শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ...











