• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 11, 2018 6:36 pm
minister piyush at margherita
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত আজি ১১ আগষ্টত আহি উপস্থিত হয় অসম চৰকাৰৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ আৰু নগৰ উন্নয়নৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী পীযুষ হাজৰিকা।

চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসালয়খনৰ উন্নয়ন অনতিপলমে কৰাৰ ব্যৱস্থা কৰিব বুলিও চিকিৎসালয় কৰ্ত্তৃপক্ষক অৱগত কৰে। প্ৰায় এক লাখ সত্তৰ হাজাৰোধিক জনসংখ্যা থকা মাৰ্ঘেৰিটা সমষ্টিটোৰ বাবে ৮৫ খন বিছনাৰ পৰা ২০০ খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা হ’ব বুলি চিকিৎসালয়খনতে আয়োজিত এখন সভাত ব্যক্ত কৰে মন্ত্ৰী জনে।

Apply Now

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খন যদিও মহকুমা পৰ্যায়ৰ চিকিৎসালয় তথাপিও মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সৈতে আলোচনা কৰি প্ৰয়োজন অনুপাতে ডাক্তৰ, নাৰ্ছ দিয়াৰ বাবে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে। উক্ত সভাতেই মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ কে চি দাসে চিকিৎসালয়খনৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীৰ আগত অৱগত কৰে।

দীৰ্ঘদিনৰ পৰা ৰোগীৰ অনুপাতে চিকিৎসকৰ অভাৱ হোৱা বুলি সদৰী কৰি চিকিৎসালয়খন যিহেতু অসম-অৰুণাচলৰ সীমামূৰীয়া এখন চিকিৎসালয় হোৱা হেতুকে যথেষ্ঠ ৰোগীৰ ভিৰ হয় বুলিও মন্ত্ৰীগৰাকীৰ আগত অৱগত কৰে। জৰুৰীকালীন সেৱাৰ বাবে বিশেষ সুবিধা নথকাৰ কথা উল্লেখ কৰি প্ৰয়োজন অনুসৰি ডাক্তৰৰ নিযুক্তি দিবৰ বাবে আবেদন জনায় অধ্যক্ষ গৰাকীয়ে।

চিকিৎসালয়খনৰ একাংশ চিকিৎসকে ৰোগীৰ পৰা চিকিৎসাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ দীৰ্ঘদিনধৰি উত্থাপন হৈ আহিছে এই সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয় যে চিকিৎসকৰ বিৰুদ্ধে তথ্য পালে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি অৱগত কৰে। অস্বাস্থ্যকৰ পৰিৱেশত চলা হোটেলবিলাকৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা নৈশ বাছ সমূহে যাত্ৰীৰ আহাৰৰ বাবে যিবোৰ খাদ্য হোটেলত ৰাখে সেইসমূহ হোটেল চাফ-চিকুণৰ ব্যৱস্থা কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে।

অৱশ্যে মন্ত্ৰীগৰাকীৰ আজিৰ এই চিকিৎসালয় পৰিদৰ্শনৰ সময়ছোৱাত জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনা অসমত অবাধ গতিত চলা ফৰ্মেলিনযুক্ত অন্ধ্ৰপ্ৰদেশৰ চালানী মাছৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰিলে।

আজিৰ এই ভ্ৰমণৰ সময়ত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষান, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, তিনিচুকীয়াৰ উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিং, স্বাস্থ্য সঞ্চালক অনুৰাগ গোৱেল, যুটীয়া স্বাস্থ্য সঞ্চালক আদিয়েও মাৰ্ঘেৰিটা পৰিভ্ৰমণ কৰে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd