• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰৰ ডিমৌত নিষিদ্ধ হ’ব পাৰে এ এছ টি চিৰ অধীনৰ বাছৰ অৱস্থান!

হিতোজ্জ্বল চেতিয়া by হিতোজ্জ্বল চেতিয়া
August 11, 2018 5:27 pm
astc bus at dimou in assam
119
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ ডিমৌত এ এছ টি চিৰ অধীনৰ বাছ ৰখোৱা নিষিদ্ধ হ’ব পাৰে! শিৱসাগৰ নগৰৰ পৰা তিনিচুকীয়া, ডিব্ৰুগড়, মৰাণ অভিমুখী এ এছ টি চিৰ বাছসমূহে ডিমৌলৈকে যাত্ৰীক উঠিবলৈ নিদিয়াৰ পৰিণামৰূপে ডিমৌত এইসমূহ বাছ ৰখোৱাত বাধা দিয়া হ’ব বুলি হুংকাৰ দিছে বৃ্হত্তৰ অসমীয়া যুৱ মঞ্চই।

বাছৰ পৰিচালক, হেণ্ডিমেনসকলক তেনে কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দি সংগঠনটোৰ ডিমৌ আঞ্চলিক নগৰ সমিতিয়ে। ‘অন্যথা পৰিবহণ নিগমৰ বাছসমূহ ডিমৌত ৰোৱাত বাধা প্ৰদান কৰিম,’ ঘোষণা সমিতিৰ সভাপতি যদুমণি কলিতা আৰু ভাৰপ্রাপ্ত সচিবপ্ৰধান যাদৱ বৰুৱাৰ।

এই সকীয়নিৰে ইতিমধ্যে যোৱা ৭ আগষ্টত জিলা উপায়ুক্তক এক স্মাৰক পত্ৰও প্ৰদান কৰিছে সংগঠনটোৱে। শিৱসাগৰ নগৰৰ নিগমৰ আস্থানত ডিমৌৰ যাত্ৰীয়ে সন্মুখীন হোৱা আলৈ-আথানি সন্দৰ্ভত বিহিত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে স্মাৰক পত্ৰযোগে জিলা উপায়ুক্তক আহ্বান জনাইছে সংগঠনটোৱে।

ডিমৌলৈ আহিব খোজা যাত্ৰীক বাছত উঠিবলৈ লোৱাৰ সময়তে আগচি ধৰি ডিমৌলৈ নিয়া নহ’ব, ছিট দিয়া নহ’ব ইত্যাদি কৈ বহুত দিনৰ পৰাই দুৰ্ব‍্যৱহাৰ কৰাৰ লগতে গাড়ীত উঠিবলৈ নিদিয়া বুলি সংগঠনটোৱে অভিযোগ কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd