শিশু-মাতৃৰ স্বাস্থ্যৰ সজাগতামূলক প্ৰচাৰ অভিযানৰ উদ্দেশ্যে অসমত উপস্থিত হ’ব বলিউডৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ খান
য়ুনিচেফ ইণ্ডিয়াৰ তাৰকা তথা বলিউডৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ খানে অসমত শিশু-মাতৃৰ স্বাস্থ্যৰ ওপৰত এক সজাগতা মূলক প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে...











