Latest Post

শ্ৰমিকসকলৰ দক্ষতা বিকাশ প্রশিক্ষণ আঁচনিৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী পল্লবলোচন দাসে

শ্ৰমিকসকলৰ দক্ষতা বিকাশ প্রশিক্ষণ আঁচনিৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী পল্লবলোচন দাসে

আজি গণেশগুৰিৰ নেডফি হাউছত শ্ৰম কল্যাণ বিভাগৰ অধীনত শ্ৰমিক সকলৰ বাবে দক্ষতা বিকাশ প্ৰশিক্ষণ আঁচনিৰ শুভাৰম্ভ কৰে শ্ৰমিক কল্যাণ বিভাগৰ...

ভুৱা প্ৰমাণ পত্ৰ লৈ অসমৰ মাদ্ৰাছাত শিক্ষকতা; ‘ভুৱা ডক্টৰে’ট‘ৰ পিছত পুনৰ সৰৱ ‘নাগৰিক সুৰক্ষা মঞ্চ’

ভুৱা প্ৰমাণ পত্ৰ লৈ অসমৰ মাদ্ৰাছাত শিক্ষকতা; ‘ভুৱা ডক্টৰে’ট‘ৰ পিছত পুনৰ সৰৱ ‘নাগৰিক সুৰক্ষা মঞ্চ’

উত্তৰ প্ৰদেশৰ ৰামপুৰ অৰিয়েন্টেল মহাবিদ্যালয়ৰ পৰা চাৰ্টিফিকেট কিনি আনি একাংশই শিক্ষকতা কৰি আছে অসমৰ মাদ্ৰাছাত। ভুৱা ডক্টৰে’ট ডিগ্ৰীধাৰীয়েও অসমৰ মহাবিদ্যালয়ত...

Abducted

অপহৃতৰ এ টি এম কাৰ্ডেৰে টকা উঠাবলৈ আহোতেই ধৰা পৰিল অপহৰণকাৰী : অপহৃত হাবিলদাৰক উদ্ধাৰ

যোৱা ৬ দিন ধৰি অপহৃত হৈ থকা চি আৰ পি এফৰ ২১০ কোব্ৰা বেটেলিয়নৰ অপহৃত হাবিলদাৰক অৱশেষত নলবাৰী আৰক্ষীৰ সহযোগত...

গুৱাহাটীত আজিৰে পৰা প্ৰথমবাৰৰ বাবে পৰম্পৰাগত ক্ৰীড়া মহোৎসৱ

গুৱাহাটীত আজিৰে পৰা প্ৰথমবাৰৰ বাবে পৰম্পৰাগত ক্ৰীড়া মহোৎসৱ

মু্খ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া চৌহদত থকা দেশভক্ত তৰুণ ৰাম ফুকন ষ্টেডিয়ামত ‘অসম পৰম্পৰাগত ক্ৰীড়া মহোৎসৱ-২০১৮’...

অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি অক্ষুণ্ণ থাকিব : বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী

অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰতিবাদী ছাত্ৰীসকলৰ সৈতে বিধানসভাৰ অধ্যক্ষৰ বৈঠক; অচলাৱস্থা আঁতৰিল

অসম মহিলা বিশ্ববিদ্যালয়ৰ বিষয়টোত এটা গুৰুত্বপূৰ্ণ মোৰ দি আজি অসম বিধানসভাৰ অধ্যক্ষ তথা যোৰহাটৰ স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিশ্ববিদ্যালয়খনৰ...

Page 14079 of 14958 1 14,078 14,079 14,080 14,958

Recommended

Most Popular