আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ
আমেৰিকাৰ ওহাইঅ' প্ৰদেশৰ গ্ৰেটাৰ ক্লিভলেণ্ড এলেকাত থকা এটা মন্দিৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আমেৰিকা ভিত্তিক এক হিন্দু অধিকাৰ সংগঠনে...










