• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয় চৰকাৰ-প্ৰশাসনক তিনিদিনৰ সময়সীমা ৪০টা দল-সংগঠনৰ; অর্থনৈতিক পথ অৱৰোধৰ হুংকাৰ

নীলমনি শর্মা by নীলমনি শর্মা
October 17, 2020 8:54 am
economic bloskade

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ লোক তথা যানবাহন মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰা মেঘালয় চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আছু, কৃষক মুক্তি, আমছু, এবছুকে ধৰি অসমৰ ৪০ টাকৈ দল-সংগঠন ৷

মেঘালয় চৰকাৰ-প্ৰশাসনক তিনিদিনৰ সময়সীমা বান্ধি দি ইয়াৰ অন্যথা অর্থনৈতিক পথ অৱৰোধ কৰাৰ হুংকাৰ দিছে অসমৰ সংগঠনকেইটাই ৷

Apply Now

সমগ্ৰ দেশত আনল’ক প্ৰক্ৰিয়াৰ জৰিয়তে ইতিমধ্যে আন্তঃৰাজ্যিক যাতায়তৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে যদিও মেঘালয় চৰকাৰে অসমৰ সকলো ধৰণৰ যানবাহন মেঘালয়ত প্ৰবেশৰ ক্ষেত্ৰত এতিয়াও বাধা নিষেধ আৰোপ কৰি আছে ৷

ইয়াৰ ফলত জিলাখনৰ দুধনৈ, কৃষ্ণাই, দৰংগিৰী, ধূপধৰা তথা অসম-মেঘালয় সীমান্তৱর্তী পথেৰে অহা যোৱা কৰা যাত্ৰীবাহী বাছ, মালবাহী ট্ৰাক, উইংগাৰ, টেক্সি, অটোৰ উপৰি ব্যবসায়ীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে৷

মেঘালয় চৰকাৰৰ যাতায়তৰ এই বাধা আৰোপৰ ব্যৱস্থাত জাঙুৰ খাই উঠিছে গোৱালপাৰা জিলাৰ চল্লিশটাকৈ সংগঠন।

এই সন্দৰ্ভত দুধনৈ টেক্সী সন্থাৰ আহ্বানমৰ্মে শুকুৰবাৰে দুধনৈ জনমন্দিৰ প্ৰাঙ্গণ ভৱনত এখন সভা অনুষ্ঠিত হয় ৷ সভাত কেবাটাও ছাত্ৰ সংগঠনসহ চল্লিশটাকৈ সংগঠন একত্ৰিত হৈ মেঘালয় চৰকাৰ-প্ৰশাসনক আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত যদি আন্তঃৰাজ্যিক যাতায়াত সমস্যাৰ সমাধান নকৰে তেন্তে মেঘালয়ৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ সকীয়নি প্ৰদান কৰে ।

উল্লেখযোগ্য মেঘালয় চৰকাৰে কোভিড সংক্ৰমণৰ দোহাই দি অসমৰ লোকক মেঘালয়ত প্ৰবেশ কৰিবলৈ বাধা দি আহিছে অথচ মেঘালয়ৰ যিকোনো লোকে কোনো বাধা নোহোৱাকৈ অসমত প্ৰৱেশ কৰি আহিছে আৰু উভটি গৈছে।

এই সমস্যা সন্দৰ্ভত কেবাটাও সংগঠনে ইতিমধ্যে স্মাৰক পত্ৰ গোৱালপাৰা জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছিল। কিন্তু মেঘালয় তথা অসম চৰকাৰে এই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো সঁহাৰি নিদিয়া বুলি সভাত গুৰুতৰ অভিযোগ উত্থাপন হয়।

চৰকাৰে এই সমস্যা সমাধান নকৰাত ক্ষোভ প্ৰকাশ কৰে সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উপৰি জিলা বাঙালী ফেডাৰেচন, আমছু, এবছু সহ ৪০টাকৈ সংগঠনে ৷

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm
ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd