কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত অনিয়মৰ অভিযোগৰ তদন্ত প্ৰতিবেদনক লৈ শিক্ষা মন্ত্ৰালয়ক শীঘ্ৰে এক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান...











