কভিড-১৯ ভেকচিন : চহকী দেশসমূহলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধানৰ সাৱধানবাণী- ‘‘কেৱল টকা থাকিলেই অতিৰিক্ত ভেকচিন নাপাব’’
বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান টেড্ৰজ আধানম ঘেব্ৰেয়েচুচে বিশ্বৰ চহকী দেশসমূহলৈ ক’ভিড ভেকচিন সম্পৰ্কে এটা গোহাৰি প্ৰেৰণ কৰিছে। বিশ্বজোৰা এটা ক’ভিড...











