Latest Post

a elec

নজিৰ বিহীন: এইবাৰ মন্ত্ৰীকে গৃহবন্দী কৰি থ’লে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই!

নিৰ্বাচনৰ সময়ত প্ৰায় ভাগ ৰাজ্যতে শাসকীয় দলটোৱে নিৰ্বাচনী প্ৰক্ৰিয়াটোত অযথা হস্তক্ষেপ কৰাটো কোনো নতুন কথা নহয়। শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে...

Untitled-1-copy-1024x512

দিব্যাংগ ব্যক্তিৰ বাবে টয়লেটৰ সুবিধা নিশ্চিত হোৱাটো বিচাৰিছে সাংসদ আব্দুল খালেকে

অসমৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে শনিবাৰে কয় যে তেওঁ দিব্যাংগ ব্যক্তিসকলৰ বাবে উপযুক্ত টয়লেটৰ সুবিধা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় সামাজিক ন্যায়...

Screenshot_2021-02-06-17-07-40

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰায় দহ হাজাৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিব মোদীক

অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ টীয়কস্থিত  মুখ্য কাৰ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীৰে এক লাখ গণস্বাক্ষৰ গ্ৰহণ কৰাৰ লগতে অন্যান্য বিষয়কলৈ এখন সংবাদমেল...

Margherita

মাৰ্ঘেৰিটাত বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজ তীব্ৰতৰ; কংগ্ৰেছত একাধিক দাবীদাৰ, অজাপৰো তৎপৰতা

ৰাজ্যৰ  বিধানসভা নিৰ্বাচন সমাগত। ইয়াৰ পৰিপ্ৰক্ষিতত সমষ্টিয়ে সমষ্টিয়ে এতিয়া ৰাজনৈতিক দলৰ মাজত  নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে ! এফালে যদি প্ৰাৰ্থিত্ব ৰক্ষাৰ যুঁজ আনফালে প্ৰাৰ্থিত্ব লাভৰ অংক। ...

NUP_174216_1555.jpg

কৃষকৰ আন্দোলন সমৰ্থন কৰাৰ বাবেই ধৰ্ষণ কৰি হত্যাৰ ভাবুকি অভিনেত্ৰীক, কোন এই অভিনেত্রী?

দিল্লীত তিনি খনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ হাজাৰ হাজাৰ কৃষকে আন্দোলন কৰি থকাৰ মাজতে এই আন্দোলনলৈ মুকলি সমৰ্থন আগবঢ়াইছে বিশ্বৰ...

Page 7949 of 15281 1 … 7,948 7,949 7,950 … 15,281

Recommended

Most Popular