ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ উপচাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্ববিদ্যালয়ৰ চৌহদৰ উপাচাৰ্য্যৰ কাৰ্য্যালয়ৰ সন্মুখত আছু গোটৰ ছাত্ৰ কৰ্মী...











