গাঞ্জাসহ নিচা জাতীয় সামগ্ৰী সৰবৰাহ বন্ধ কৰিবলৈ গৈ নিজ ভাতৃ আৰু খুৰাকৰ আক্ৰমণৰ বলি হ’ল মৰিগাঁৱৰ এগৰাকী সাহসী যুৱতী
মৰিগাঁও জিলা আৰক্ষীৰ চৰম ব্যৰ্থতা আৰু অসচেতনতাৰ বাবেই মৰিগাঁও জিলাৰ সদৰ স্থানৰ পৰাই গাঞ্জা, নিচাজাতীয় দ্ৰব্যৰ কেনেকৈ ৰমৰমীয়া বেহা চলিছে...










