খাদ্যবস্তুৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ: লিডুত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ যুৱ ছাত্ৰ পৰিষদৰ
মূল্যবৃদ্ধিৰ প্ৰতিবাদত মাৰ্ঘেৰিটাৰ লিডুৰ ৩১৪ ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচীৰে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী...











