টীয়কত ৩ শতাধিক মহিলা বিজেপিত যোগদান : সমষ্টিত বিজেপি প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ আহ্বান ৰাজ্যিক নেতৃত্বলৈ
ভাৰতীয় জনতা পাৰ্টিৰ টীয়কৰ চিপাহীখোলা মণ্ডলৰ ২০নং গোহাঁই ফেচুৱাল পঞ্চায়তত অনুষ্ঠিত এক দলীয় সাংগঠিনক সভাত অঞ্চলটোৰ প্ৰায় তিনি শতাধিক পুৰুষ...
ভাৰতীয় জনতা পাৰ্টিৰ টীয়কৰ চিপাহীখোলা মণ্ডলৰ ২০নং গোহাঁই ফেচুৱাল পঞ্চায়তত অনুষ্ঠিত এক দলীয় সাংগঠিনক সভাত অঞ্চলটোৰ প্ৰায় তিনি শতাধিক পুৰুষ...
দক্ষিণ শালমাৰা জিলাৰ মানকাছাৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৱতী এলেকাত গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত দুষ্টচক্ৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত...
টীয়কৰ চিন্তামণিগড়ত আজি শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। মহকুমাটোৰ প্ৰায় ৩০০ প্ৰতিনিধিৰ...
সতীয়া কন্যাক ধৰ্ষণ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ধুবুৰীৰ এগৰাকী ৬০ বছৰীয়া লোক। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ধুবুৰী চাইল্ড...
২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যত দ্বিতীয়টো ভূমিকম্পই জোকাৰি গৈছে। মংগলবাৰে(আজি) সন্ধিয়া ৫ বাজি ২৮ মিনিটত ৩.৫ মেগনিটিউডৰ এক ভূমিকম্পই কৰিমগঞ্জকে ধৰি...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd