পেঙেৰী পপোলাজান-দুৱাৰমাৰা সংযোগী দলং নিৰ্মাণৰ দাবীত আছু-যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিতৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ লোকসকলে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়িদিহিং...











