এইবাৰ ভাৰত পেট্ৰলিয়ামক বিক্ৰি কৰিব মোদী চৰকাৰে : ৰন্ধন গেছৰ গ্ৰাহকৰ ভৰ্তুকীও হ’ব পাৰে বন্ধ!
এইবাৰ ভাৰত পেট্ৰলিয়ামক ব্যক্তিগত খণ্ডক বিক্ৰী কৰিব কেন্দ্ৰ চৰকাৰে। ৰাষ্ট্ৰায়ত্ত তেল সংস্থা বিপিচিএলৰ নিয়ন্ত্ৰণাধীন ভাৰত পেট্ৰলিয়ামৰ ৫২.৯৮ শ্বেয়াৰ বিক্ৰী কৰিবলৈ...











