• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ ভাৰত পেট্ৰলিয়ামক বিক্ৰি কৰিব মোদী চৰকাৰে : ৰন্ধন গেছৰ গ্ৰাহকৰ ভৰ্তুকীও হ’ব পাৰে বন্ধ!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2020 3:07 pm
a-record-leap-lpg-cylinder-now-used-by-89-households-in-india
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ ভাৰত পেট্ৰলিয়ামক ব্যক্তিগত খণ্ডক বিক্ৰী কৰিব কেন্দ্ৰ চৰকাৰে।

ৰাষ্ট্ৰায়ত্ত তেল সংস্থা বিপিচিএলৰ নিয়ন্ত্ৰণাধীন ভাৰত পেট্ৰলিয়ামৰ ৫২.৯৮ শ্বেয়াৰ বিক্ৰী কৰিবলৈ সাজু হৈছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে।

Apply Now

ভাৰতীয় দ্বিতীয়টো বৃহত্তম ৰন্ধন গেছ বিক্ৰেতা সংস্থা ভাৰত পেট্ৰলিয়ামক ব্যক্তিগত খণ্ডক বিক্ৰীৰ কৰাৰ লগে লগে উপভোক্তাই পাই অহা ভৰ্তুকী বন্ধ হৈ যাব বুলি আশংকা কৰা হৈছে।

শনিবাৰে সংসদত এই সংক্ৰান্তীয় এক প্ৰশ্নৰ স্পষ্ট উত্তৰ দিবলৈ অপৰাগ হয় কেন্দ্ৰীয় চৰকাৰ। চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে নিলাম কৰাৰ পূৰ্বে এই সম্পৰ্কে আলোচনাহে কৰা হ’ব। শ্বেয়াৰ ক্ৰয় কৰা প্ৰতিষ্ঠানটোক কোনো নিৰ্দেশনা দিয়াৰ কথা উল্লেখ কৰা নাই চৰকাৰে।

ইফালে বিপিচিএল ক্ৰয় কৰিবলৈ আগ্ৰহী ব্যক্তিখণ্ডৰ প্ৰতিষ্ঠানসমূহে অহা ৩০ ছেপ্টেম্বৰৰ পূৰ্বে ক্ৰয় সম্পৰ্কীয় ইচ্ছাপত্ৰ জমা দিব লাগিব। ইয়াৰ পিছতে উক্ত প্ৰতিষ্ঠানসমূহৰ পৰা নিবিদা আহ্বান কৰিব চৰকাৰে।

“গ্ৰাহকৰ কথা ভাবিয়েই নিবিদা পত্ৰ চোৱাৰ পূৰ্বে প্ৰতিষ্ঠানসমূহৰ সৈতে গ্ৰাহকৰ ভৰ্তুকী সম্পৰ্কীয় বিষয়টো চিন্তা চৰ্চা কৰা হ’ব।” শনিবাৰে সংসদত ৰাজ্যিক বিত্ত মন্ত্ৰী অনুৰাগ ঠাকুৰে এইদৰে কয়।

মন্ত্ৰী অনুৰাগ ঠাকুৰৰ এই বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে কেন্দ্ৰই গ্ৰাহকৰ ভৰ্তুকীৰ সম্পৰ্কীয় বিষয়টো নিয়ন্ত্ৰণ সম্পৰ্কে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই অথবা ক্ৰয় কৰা ব্যক্তিগহত প্ৰতিষ্ঠানৰ বাবে কোনো স্পষ্ট নিৰ্দেশনাও প্ৰস্তুত কৰা নাই।

অথচ অক্টোবৰত ভাৰত পেট্ৰলিয়ামক বিক্ৰী কৰাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভই হ’ব। ব্যক্তিগত খণ্ডক গটোৱাৰ পিছত গ্ৰাহকৰ ভৰ্তুকী নিয়ন্ত্ৰণৰ কোনো অধিকাৰ নাথাকিব কেন্দ্ৰৰ।

উল্লেখ্য যে বিগত কিছুমাহৰ পৰা ৰন্ধন গেছৰ গ্ৰাহকসকলৰ ভৰ্তুকীৰ পৰিমাণ যথেষ্ট পৰিমাণে কমাই দিছে কেন্দ্ৰই।

ইফালে ৰন্ধন গেছৰ ভৰ্তুকী সম্পৰ্কীয় তৃণমূলৰ সাংসদ মালা ৰায়ৰ এক প্ৰশ্নৰ উত্তৰ পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয়, “এতিয়াও কেন্দ্ৰই ৰন্ধন গেছৰ ভৰ্তুকীৰ সম্পূৰ্ণৰূপে উঠাই দিয়া নাই। ভৰ্তুকীযুক্ত গেছৰ দামহে নিয়ন্ত্ৰণ কৰিছে। আন্তৰ্জাতিক বজাৰত গেছৰ দাম উঠা নমা কৰি থকাৰ ফলত ভৰ্তুকীৰ পৰিমাণো উঠা নমা কৰি থাকে।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd