সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো শিক্ষক দিৱস পালন
সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে আজি শিৱসাগৰতো ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে শিক্ষক দিৱস উদযাপন কৰা হয়।...
সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে আজি শিৱসাগৰতো ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে শিক্ষক দিৱস উদযাপন কৰা হয়।...
ভুৱা চিকিৎসকেৰে ভৰিছে ৰাজ্য। শেহতীয়াকৈ পুনৰ আৰক্ষীৰ জালত পৰিল মুন্নাভাই ৰূপী এজন ভুৱা চিকিৎসক। ডিব্ৰুগড়ৰ টিংখাং চাহ বাগিচাত দীৰ্ঘ দিন...
মৰণব্যাধি ক'ৰনা পৰিস্থিতিৰ মাজত সমগ্ৰ দেশৰ লগত সামঞ্জস্য ৰাখি আজি পাহাৰীয়া ডিমা হাছাও জিলাত ৫৯ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা...
বিগত বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ২৬ লাখ নিবনুৱাক চাকৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল বৰ্তমানৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।...
আজি কৃষক নেতা অখিল গগৈৰ টীয়কৰ চেলেংহাটস্থিত গৃহত যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক ৰাণা গোস্বামী উপস্থিত...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd