চিকিৎসাৰ অভাৱতে কৰুণ মৃত্যু ঘটিল মাৰ্ঘেৰিটাৰ এগৰাকী চাৰি মহীয়া সন্তানৰ মাতৃ ৰাজশ্ৰীৰ : ব্যাপক প্ৰতিক্ৰিয়া
মাৰ্ঘেৰিটা মহকুমাৰ ভিনাৰ মিল বজাৰস্থিত শিক্ষক কলনীৰ উদীয়মান ব্যৱসায়ী যুৱক অনুজ বৰঠাকুৰৰ পত্নী ৰাজশ্ৰী নেওগ বৰঠাকুৰ(৩৮)ৰ চিকিৎসাৰ অভাৱত হোৱা কৰুণ...











