• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনক সকীয়নি জেনেৰেল ৰাৱাটৰ : আলোচনা ব্যৰ্থ হ’লে একমাত্ৰ বিকল্প হ’ব সেনাৰ অভিযান!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2020 5:56 pm
index.jpgkk
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখ পৰা ছিকিম আনকি অৰুণাচললৈকে শান্ত নহয় চীন-ভাৰতৰ সীমান্ত।

লাডাখ সীমান্তত যোৱা ১৫ জুনত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষত ভাৰতৰ ২০ গাৰীক সেনা ছহিদ হোৱাৰ পিছতে দুই দেশৰ সেনাৰ পৰ্যায়ৰ কেবা লানি বৈঠকত কিছু সহমতত উপণীত হৈছিল।

Apply Now

সেই বৈঠকসমূহত সিদ্ধান্ত হৈছিল যে সীমান্তৰ বিবাদমান এলেকাৰ পৰা দুয়ো পক্ষই সেনা প্ৰত্যাহাৰ কৰিব।

সেই অনুসৰি ভাৰতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ বিবাদমান এলেকাৰ পৰা সেনা প্ৰত্যাহাৰ কৰিলে।

প্ৰথমাৱস্থাত চীনেই সেনা প্ৰত্যাহাৰ কৰিছিল যদিও বিভিন্ন সময়ৰ উপগ্ৰহীয় চিত্ৰত চীনে পুনৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সীমান্তৰ বিবাদমান এলেকাসমূহত সেনা মোতায়েন কৰিছে।

ভাৰতে বাৰে বাৰে ইয়াৰ প্ৰতিবাদ কৰি আহিছে যদিও চীনে ইয়াক উপেক্ষা কৰি আহিছে।

দেখা গৈছে যে দুই দেশৰ মাজৰ কূটনৈতিক বৈঠকেও কোনো সুফল দিয়া নাই।

ইয়াৰ পিছতে ভাৰতৰ সেনা বাহিনীৰ চিফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে চীনক এক ইংগিতপূৰ্ণ সকীয়নি প্ৰদান কৰিছে।

জেনেৰেল ৰাৱাটে স্পষ্টৰূপে কৈছে যে, লাডাখত চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মিৰ স্বভাৱ পৰিৱৰ্তন নহ’লে আমাৰ হাতত কেৱল সেনা অভিযানৰহে বিকল্প আছে।

সোমবাৰে জেনেৰেল ৰাৱাটতে দাবী কৰি কয় যে, কূটনৈতিক আৰু সামৰিকভাৱে ভাৰতে আলোচনা চলাই গৈছে। কিন্তু এতিয়াও ইয়াৰ কোনো সদৰ্থক ফলাফল পোৱা নাই।

জেনেৰেল ৰাৱাটৰ মতে, যদি বৈঠকৰ ফলাফল ব্যৰ্থ হয় তেতিয়া কেৱল চীনা সেনাৰ আগ্ৰাসনক প্ৰত্যুত্তৰ দিয়াৰহে ৰাস্তা খোলা থাকিব।

উল্লেখ্য যে, পূৰ্বৰে পৰা ভাৰতে সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমস্যা আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰাৰ পোষকতা কৰি আহিছে।

একাধিক বৈঠক ব্যৰ্থ হোৱাৰ পিছত চীনৰ আগ্ৰাসনক যথোচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি ইয়াৰ পূৰ্বেও চীনক সতৰ্ক কৰি দিয়া হৈছিল।

ইফালে যোৱা শনিবাৰে লাডাখৰ পৰিস্থিতিক লৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, চিফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তিনি সেনা প্ৰধান ক্ৰমে জেনেৰেল এম এম নাৰাভন, এডমিৰেল কৰমবীৰ সিং আৰু এয়াৰ চিফ মাৰ্শ্বাল বি কে এছ বাদুৰিৱাৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক বৈঠকত মিলিত হৈছিল।

উক্ত আঢ়ৈ ঘণ্টাজোৰা ৰুদ্ধদ্বাৰ বৈঠকত লাডাখৰ সমগ্ৰ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰা হয় বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd