সেও মানিবলৈ বাধ্য হৈছে জোকাৰবাৰ্গ! : ৰাজনৈতিক বিজ্ঞাপন প্ৰচাৰ বন্ধ কৰিব ফেইচবুকে!
চ’ছিয়েল নেটৱৰ্কিং চাইট ফেইচবুকে ৰাজনৈতিক বিজ্ঞাপন প্ৰচাৰ কৰাৰ সম্পৰ্কত বেছ কিছুদিন ধৰি বিতৰ্ক অব্যাহত আছে। এই বিতৰ্ক অন্ত কৰাৰ দিশে...
চ’ছিয়েল নেটৱৰ্কিং চাইট ফেইচবুকে ৰাজনৈতিক বিজ্ঞাপন প্ৰচাৰ কৰাৰ সম্পৰ্কত বেছ কিছুদিন ধৰি বিতৰ্ক অব্যাহত আছে। এই বিতৰ্ক অন্ত কৰাৰ দিশে...
শশাংক মনোহৰে পদত্যাগ কৰাৰ পিছৰে পৰা আই চি চিৰ অধ্যক্ষ পদত সৌৰভ গাংগুলী অধিষ্ঠিত হ’ব বুলি চৰ্চা চলি থকাৰ মাজতে...
মেগাষ্টাৰ অভিতাভ বচ্চনৰ পৰিয়ালৰ ইজন সদস্যৰ পাছত সিজন সদস্যৰ শৰীৰত ধৰা পৰিছে কোভিজ১৯ পজিটিভ। ইতিমধ্যে পুত্ৰ অভিষেক বচ্চনৰ শৰীৰতো কোভিড১৯...
গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে নেকি শিৱসাগৰ! শিৱসাগৰত দৈনিক বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। আজি শিৱসাগৰৰ পাঁচজন ব্যক্তিৰ দেহত পোৱা...
অখিল গগৈৰ মুক্তিৰ দাবীত শিৱসাগৰত ঐক্য সেনা অসমে মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ঐতিহাসিক ৰংঘৰ বাকৰিৰ সন্মুখত...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd