মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ৩ নিৰাপত্তাৰক্ষীৰ শৰীৰত কোভিড১৯; এশ আৰক্ষী জোৱানক কোৱাৰান্টেইন
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আৱাসত নিয়োজিত তিনিজন নিৰাপত্তাৰক্ষীৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি। ইণ্ডিয়া টুডে'ৰ বাতৰি অনুসৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ...











