• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩১ মে’ৰ পূৰ্বে তামিলনাডুলৈ ৰে’ল আৰু বিমান চলাচলৰ অনুমতি নিদিবলৈ প্ৰধান মন্ত্ৰীক আহ্বান মুখ্য মন্ত্ৰী পালানিস্বামীৰ

NE NOW NEWS এন ই নাও নিউজ
, May 11, 2020 10:10 pm

1 min read

৩১ মে’ৰ পূৰ্বে তামিলনাডুলৈ ৰে’ল আৰু বিমান চলাচলৰ অনুমতি নিদিবলৈ প্ৰধান মন্ত্ৰীক আহ্বান মুখ্য মন্ত্ৰী পালানিস্বামীৰ

তামিলনাডুৰ মুখ্য মন্ত্ৰী

1.2k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত আজি দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে অনলাইন বৈঠকত অংশগ্ৰহণ কৰে।

প্ৰধান মন্ত্ৰীৰে সৈতে হোৱা ভিডিঅ’ কনফাৰেন্সিঙৰ সময়ত তামিলনাডুৰ মুখ্য মন্ত্ৰী ইডাপ্পাদি কে পালানিস্বামীয়ে প্ৰধান মন্ত্ৰী মোদীক ৰাজ্যখনলৈ ৩১ মে’ পৰ্যন্ত কোনো যাত্ৰীবাহী ৰে’ল অথবা বিমান চলাচল কৰাৰ অনুমতি নিদিবলৈ আহ্বান জনায়।

ৰাজ্যখনত বৰ্ধিত ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যাৰ প্ৰতি দৃষ্টি ৰাখিয়ে তেওঁলোকে এনে আহ্বান জনাইছে বুলি প্ৰধান মন্ত্ৰীক অৱগত কৰে।

তামিলনাডুত বৰ্তমানলৈ ৭,০০০ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহক বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা নিজ নিজ ৰাজ্যৰ শ্ৰমিক সকলক ঘৰলৈ ওভটাই অনাৰ বাবে নিৰ্দেশ দিছিল।

আৱদ্ধ হৈ থকা শ্ৰমিক সকলক ঘৰলৈ অনাৰ বাবে চৰকাৰে বিশেষ শ্ৰমিক ৰে’ল চলোৱাৰো সিদ্ধান্ত কৰে।

আনহাতে, ১২ মে’ৰ পৰা দেশত যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ হ’ব।

যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ হোৱাৰ পূৰ্বে তামিলনাডুৰ মুখ্য মন্ত্ৰীৰ এই আহ্বানে তাৎপৰ্য্য বহন কৰিছে।

Recent News

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

press meet of chief election commissioner at Guwahati

২০২১ ৰ নিৰ্বাচনত প্ৰাৰ্থী আৰু ভোটাৰৰ বাবে কি কি নিয়ম প্ৰযোজ্য হ’ব? জনালে মুখ্য নিৰ্বাচনী আয়ুক্তই

Imran-1

অৰুণাচলৰ পৰা অপহৃত দুই অইলৰ বিষয়াৰ মুক্তিৰ প্ৰসংগত ভিডিঅ’ প্ৰেৰণ আলফাৰ

Imran-1

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd