Latest Post

Ranjeet Das Story Photo

ক’ৰ’নাৰ ত্ৰাস; নৱ শৰণীয়াৰ পাছতে বিটিআৰত ৰাজ্যপালৰ শাসনৰ দাবী বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ

সমগ্ৰ দেশজুৰি ক’ৰ’না ভাইৰাছে সন্ত্ৰাস চলাইছে। অসমতো এই ভাইৰাছৰ আতংকই বিৰাজ কৰিছে। ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিটিএডিত বাতিল কৰা...

No evidence that people who have recovered from COVID-19 protected from a second infection: WHO

ক’ভিড-১৯ মুক্ত লোকৰ পুনৰ সংক্ৰমণ হ’ব নোৱাৰে বুলি প্ৰমাণ নাই: WHO

এবাৰ ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠা ব্যক্তি এজনৰ ক্ষেত্ৰত পুনৰ কৰ’নাভাইৰাছ সংক্ৰমণ হ’ব নোৱাৰে বুলি নিশ্চয়তা নাই। বিশ্ব স্বাস্থ্য সংস্থাই...

আজিৰ পৰা ৰাজ্যত বন্ধ গাহৰি মাংসৰ বিক্ৰী; কিয় এই সিদ্ধান্ত মন্ত্ৰী অতুল বৰাৰ ?

আজিৰ পৰা ৰাজ্যত বন্ধ গাহৰি মাংসৰ বিক্ৰী; কিয় এই সিদ্ধান্ত মন্ত্ৰী অতুল বৰাৰ ?

আজিৰ পৰা ৰাজ্যত বন্ধ কৰা হৈছে গাহৰি মাংস বিক্ৰী। কৃষি মন্ত্ৰী অতুল বৰাই ঘোষণা কৰিছে এই কথা। খানাপাৰাস্থিত পশু চিকিৎসালয়ত...

c8fd4415-6b27-4c3b-9c53-8fb9cd648ebe

ক’ৰ’নাযুঁজাৰু শুই পৰিছে পথত; সমগ্ৰ দেশতে তোলপাৰ লগাইছে ভাইৰেল হোৱা দুই আৰক্ষীৰ ফ’টোৱে

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে অহা ৩ মে’লৈকে দেশত অব্যাহত থাকিব ল’কডাউন। দেশজুৰি অব্যাহত থকা ল’কডাউনৰ সময়ছোৱাত জৰুৰীকালীন সেৱা বিভাগৰ কৰ্মচাৰীসকলে...

২৪ ঘণ্টাত বোকাখাতত দ্বিতীয়তো হত্যাকাণ্ড; পুৰুষৰ দাৰ ঘাপত প্ৰাণ গ’ল মহিলাৰ

২৪ ঘণ্টাত বোকাখাতত দ্বিতীয়তো হত্যাকাণ্ড; পুৰুষৰ দাৰ ঘাপত প্ৰাণ গ’ল মহিলাৰ

যোৱা মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দুটাকৈ লোমহৰ্ষক হত্যাকাণ্ডই বোকাখাতক জোকাৰি যায়। শুকুৰবাৰে নুমলীগড়ত এজন যুৱকে নিজ পত্নীক দাৰে ঘপিয়াই নৃশংসভাৱে...

Page 9931 of 15247 1 … 9,930 9,931 9,932 … 15,247

Recommended

Most Popular