• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৪ ঘণ্টাত বোকাখাতত দ্বিতীয়তো হত্যাকাণ্ড; পুৰুষৰ দাৰ ঘাপত প্ৰাণ গ’ল মহিলাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
April 25, 2020 5:16 pm
8.3k
VIEWS
Share on FacebookShare on Twitter

যোৱা মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দুটাকৈ লোমহৰ্ষক হত্যাকাণ্ডই বোকাখাতক জোকাৰি যায়। শুকুৰবাৰে নুমলীগড়ত এজন যুৱকে নিজ পত্নীক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰাৰ উত্তেজনা মাৰ নৈ যাওঁতেই আজি পুনৰ মহকুমাটোত আন এক হত্যাকাণ্ড সংঘৰ্টিত হয়।

আজিৰ হত্যাকাণ্ড সংঘটিত হয় বোকাখাতৰ বৰভেটা গাঁৱত। গাওঁখনৰ লোক এঘৰত আশ্ৰয় লৈ থকা এজনে লোকে দাৰে পৰিয়ালটোৰ এগৰাকী মহিলাক ঘপিয়াই হত্যা কৰে।

জানিব পৰা মতে হত্যাকাণ্ড সংঘটিত কৰা দেৰগাঁৱৰ দাধৰাৰ অনিল তাঁতী নামৰ লোকজনে বৰভেটা গাঁৱৰ শ্যামলাল মুণ্ডা নামৰ এগৰাকী ব্যক্তিৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি আছিল।

এই অনিল তাঁতীয়েই ঘৰত কোনো নথকাৰ সুযোগ লৈ শ্যামলাল তাঁতীৰ পৰিবাৰ মনিকা মুণ্ডা তাঁতীক সামান্য কথাতে দাৰে ঘপিয়াই হত্যা কৰে। মহিলাগৰাকীক হত্যা কৰিয়েই অনিল তাঁতীয়ে বৰভেটা গাঁৱৰ পৰা পলায়ন কৰে যদিও পাচত বোকাখাতৰ আৰক্ষীয়ে সাপজুৰিৰ জাপৰি পথাৰৰ পৰা তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে অনিল তাঁতীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখন উদ্ধাৰ কৰে। কি কাৰণে অনিল তাঁতীয়ে মনিকাক হত্যা কৰিলে এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাস্থলীৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

লগতে পঢ়ক নুমলীগড়ত লোমহৰ্ষক হত্যাকাণ্ড; স্বামীৰ উপৰ্যুপৰি দাৰ ঘাপত নিহত পত্নী

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd