আৰু কিমান সহ্য কৰিব ন-বিজেপিৰ অৱহেলা! দলৰ পৰা পদত্যাগ কৰি কি ক’লে বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইয়ে?
ভাৰতীয় জনতা পাৰ্টিৰ পৰা পদত্যাগ কৰিছে অসম ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইয়ে। নগাঁৱৰ চাৰিবাৰৰ সাংসদ ৰাজেন গোহাঁইয়ে আজি বাজপেয়ী...











