ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই
ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত কৰা প্ৰতিবাদত প্ৰতিবাদকাৰীৰ ওপৰত অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে কৰা বৰ্বৰ আক্ৰমণক ভাৰতৰ গণতান্ত্ৰিক...










