শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আৱক্ষ মূৰ্তিৰ পুনৰ নিৰ্মাণৰ দায়িত্ব বি জে পি দলেই ল’ব : মুখপাত্ৰ বনমালী বড়ো
মঙলবাৰে কোকৰাঝাৰ চহৰৰ মাজমজিয়াত থকা ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰি ক্ষতিগ্ৰস্ত কৰা কাৰ্যক ৰাজ্যিক বি...











