ভাৰতীয় ফুটবল দলৰ প্ৰবাদপ্ৰতীম নাগা খেলুৱৈ ডাঃ তালিমেৰেন আওৰ জন্ম শতবৰ্ষৰ ২১ বছৰ অনূৰ্ধ্ব উত্তৰ-পূব পৰিষদ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ
ডাঃ টি আও ২১ বছৰ অনূৰ্ধ্ব উত্তৰ-পূব পৰিষদ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখন আজি গুৱাহাটীত উদ্বোধন কৰে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক,...











