প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনৰ পূৰ্বে বিতৰ্কৰ মাজত গোৱালপাৰাস্থিত ইথানল প্লাণ্ট! বন ধ্বংসৰ লগতে স্বাস্থ্য হানিকৰাৰ আশংকা
১৩ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগীয়া, গোৱালপাৰা জিলাৰ মাটিয়া ঔদ্যোগিক উন্নয়ন কেন্দ্ৰত থকা SEAS Biotech ইথানল প্লাণ্টটোৱে বনাঞ্চল...










