এনচিইআৰটি-ৰ উদ্যোগত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ! শিকোৱা হ’ব সেনাৰ বীৰ কাহিনী
দেশৰ নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ বীজ সিঁচাৰ ক্ষেত্ৰত এনচিইআৰটিৰ এক বৃহৎ পদক্ষেপ। ভাৰতৰ অপাৰেচন সিন্দুৰৰ সফলতা আৰু সেনাবাহিনীৰ বীৰত্বপূৰ্ণ কাহিনী...











