চূড়ান্ত অনুমোদন লাভ কৰা নাই কুলশী জলবিদ্যুৎ প্ৰকল্পই! ঘোষণা অসম চৰকাৰৰ
অসম-মেঘালয় সীমান্তৰ কুলশী নদীৰ উকিয়ামত প্ৰস্তাৱিত ৫৫ মেগাৱাটৰ জলবিদ্যুৎ আৰু জলসিঞ্চন প্ৰকল্পৰ বিষয়ে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলি...
অসম-মেঘালয় সীমান্তৰ কুলশী নদীৰ উকিয়ামত প্ৰস্তাৱিত ৫৫ মেগাৱাটৰ জলবিদ্যুৎ আৰু জলসিঞ্চন প্ৰকল্পৰ বিষয়ে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলি...
চৰকাৰী সূত্ৰই জনোৱা মতে, বেটিং এপৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ তদন্তত টেক জায়ান্ট গুগল আৰু মেটালৈ জাননী প্ৰেৰণ কৰিছে...
কিডনিৰ সমস্যাই প্ৰাণ কাঢ়ি নিলে এগৰাকী প্ৰবীণ কৌতুকশিল্পী তথা অভিনেতাৰ। শুকুৰবাৰে হায়দৰাবাদৰ এখন চিকিৎসালয়ত দীৰ্ঘদিন ধৰি কিডনি ৰোগৰ সৈতে যুঁজ...
গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত বৃহস্পতিবাৰে উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ উত্তেজনা অব্যাহত আছে। উচ্ছেদ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰা কিছু...
মন্দিৰ চৌহদত গণ-সমাধি! এটা বা দুটা নহয়! ১০০ টা গণ সমাধি! উদ্ধাৰ কংকাল! সকলো নাৰীদেহৰ কংকাল! আৰু এই ঘটনাৰ আধাৰত...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd