লখিমপুৰৰ উচ্ছেদিত ১১টা খিলঞ্জীয়া পৰিয়ালক ৩১ জুলাইৰ ভিতৰত প্ৰদান কৰা হ’ব ভূমিঃ কেবিনেটত সিদ্ধান্ত অসম চৰকাৰৰ
আজি অসম কেবিনেট অনুষ্ঠিত হয়। কেবিনেটৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰে।...











