আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ
আজি বিআৰ গাভাই মুখ্য ন্যায়াধীশ হোৱা দ্বিতীয়জন দলিত হিচাপে পৰিগণিত হয়। বুধবাৰে তেওঁ শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ...











