বাণিজ্য যুদ্ধ! আমেৰিকান কোম্পানী এপল আৰু মেটাক ৭০০ মিলিয়ন ইউৰো জৰিমনা ইউৰোপীয় ইউনিয়নৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে শুল্ক বিবাদৰ মাজতে আমেৰিকাৰ দুটা প্ৰধান প্ৰযুক্তি কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ইউৰোপীয় ইউনিয়নে। ডিজিটেল...











