অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ DYFI-ৰ; বঙাইগাঁও জিলাত পৰ্যবেক্ষক সমিতিৰ বিৰুদ্ধে অভিযোগ
অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম আৰু খামখেয়ালীৰ অভিযোগ উঠিছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ বঙাইগাঁও-চিৰাং জিলা কমিটিয়ে...











