পুঁজিৰ সংকট! ম্যানমাৰত সাহাৰ্য কৰ্তনৰ ঘোষণা ৰাষ্ট্ৰসংঘৰ, ১০ লাখ জনসাধাৰণ দুৰ্ভিক্ষৰ কৱলত পৰাৰ আশংকা
চাৰি মাহ পূৰ্বে ৰাষ্ট্ৰসংঘৰ নিয়ন্ত্ৰিত সংস্থা ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (UNDP) য়ে ম্যানমাৰৰ বিস্তৃত অঞ্চলত গৃহযুদ্ধৰ বাবে ভয়াৱহ খাদ্য সংকটৰ সৃষ্টি...









