মানুহ যদিহে নহয় মানুহ…! ফুটপাথত শ্ৰমিকক খুন্দা মাৰি লেম্বৰগিনিৰ চালকৰ প্ৰশ্ন, ‘কোনোবা মৰিল নেকি?’
ফুটপাথত উঠি দুজন পথচাৰী শ্ৰমিকক খুন্দা মাৰে এখন লেম্বৰগিনীয়ে। যেতিয়া স্তম্ভিত প্ৰত্যক্ষদৰ্শীয়ে চালকজনক জবাবদিহি কৰে, তেতিয়া তেওঁৰ নিৰ্লিপ্ত প্ৰতিক্ৰিয়াই আৰু...











