প্ৰস্তুতি সম্পূৰ্ণ! কবি নীলমণি ফুকন ক্ষেত্ৰত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰেপৰা আৰম্ভ “বোকাখাত গ্ৰন্থমেলা—২০২৫”
আজিৰে পৰা বোকাখাতত আৰম্ভ হ’ব বোকাখাত গ্ৰন্থমেলা—২০২৫৷ প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত পাঁচদিনীয়াকৈ এই গ্ৰন্থমেলা অনুষ্ঠিত হ’ব বোকাখাত নাট্যমন্দিৰত৷ ইতিমধ্যে সাজু...











