মণিপুৰৰ হিংসাত মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ উচতনি! কল ৰেকৰ্ডৰ ফৰেন্সিক পৰীক্ষাৰ প্ৰতিবেদনৰ দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিংহই মণিপুৰৰ হিংসা বৃদ্ধিত উচতনি দিছিল নেকি? এটা ভাইৰেল অডিঅ’ ক্লিপৰ পিছতেই উত্থাপন হৈছে এই সন্দেহৰ। এই...











