ড্ৰোনৰ উপদ্ৰৱ বন্ধ কৰাৰ বাবে তৎপৰ ভাৰতীয় সেনা! আগতীয়াকৈ ধৰা পেলোৱাৰ বাবে অত্যাধুনিক সঁজুলি বিচাৰি আবেদন
ভাৰতীয় সেনাই নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক উন্নত কৰাৰ বাবে অত্যাধুনিক ড্ৰ’ন ধৰা পেলোৱা ব্যৱস্থা বিচাৰিছে। ‘ইণ্টিগ্ৰেটেড ড্ৰ’ন ডিটেকচন...











