• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

এই ভেটোৱে আমেৰিকাৰ চোৰাংচোৱাগিৰিৰ ওপৰত যথেষ্ট আঘাত হানিছে। নিৰাপত্তা পৰিষদৰ ভোটদানত স্তব্ধ হয় আমেৰিকাৰ প্ৰস্তাৱ। গৰিষ্ঠসংখ্যক সদস্যই এই প্ৰস্তাৱক সমৰ্থন কৰিছিল যদিও ৰাছিয়া আৰু চীনৰ ভেটোৰ বাবে ই বাধা হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2026 1:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰসংঘত আমেৰিকাই এক বৃহৎ বাধাৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত বাস্তৱিকতে কূটনৈতিক পৰাজয় আমেৰিকাৰ। বিশেষজ্ঞসকলৰ মতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ আমেৰিকাৰ দাদাগিৰি এইবাৰ হয়তো কিছু হ্ৰাস পাব পাৰে।

জানিব পৰা মতে, ইৰাণৰ ওপৰত জাৰি কৰা পাৰমাণৱিক সম্পৰ্কীয় নিষেধাজ্ঞাৰ ওপৰত নিৰীক্ষণ কৰা বিশেষজ্ঞ পেনেলৰ ম্যাদ আৰু এবছৰৰ বাবে বৃদ্ধি কৰাৰ বাবে আমেৰিকাৰ প্ৰস্তাৱত চীন আৰু ৰাছিয়াই ভেটো দিছে।

শেহতীয়া খবৰ অনুসৰি এই প্ৰস্তাৱৰ সপক্ষে ১১ টা ভোট পৰিছিল। অৱশ্যে ছোমালিয়া আৰু পাকিস্তানে ভোটদান কৰা নাছিল। ৰাছিয়া আৰু চীনে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে। এই ভেটোৱে আমেৰিকাৰ চোৰাংচোৱাগিৰিৰ ওপৰত যথেষ্ট আঘাত হানিছে। নিৰাপত্তা পৰিষদৰ ভোটদানত স্তব্ধ হয় আমেৰিকাৰ প্ৰস্তাৱ। গৰিষ্ঠসংখ্যক সদস্যই এই প্ৰস্তাৱক সমৰ্থন কৰিছিল যদিও ৰাছিয়া আৰু চীনৰ ভেটোৰ বাবে ই বাধা হৈ পৰে।

Apply Now

অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে নিষেধাজ্ঞা উঠাই লোৱা হৈছে। কেৱল নিৰীক্ষণ প্ৰক্ৰিয়া সীমিত কৰা হৈছে। মন কৰিবলগীয়া যে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ২০১৫ চনৰ ইৰাণ পাৰমাণৱিক চুক্তিৰ অধীনত ব্ৰিটেইন, জাৰ্মানী আৰু ফ্ৰান্সে স্নেপবেক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পিছত এই পুৰণি নিষেধাজ্ঞা জাৰি কৰা হৈছিল। ইফালে আমেৰিকাই বিশেষজ্ঞ পেনেলৰ ম্যাদ বৃদ্ধি কৰি নিৰীক্ষণৰ সময়সীমা বৃদ্ধি কৰিব বিচাৰিছিল। সেই আশাত ৰাছিয়া আৰু চীনে চেঁচাপানী ঢালি দিলে।

ৰাছিয়া আৰু চীনে কিয় আপত্তি কৰিছে? এই দুয়োখন দেশে দাবী কৰে যে স্নেপবেক প্ৰক্ৰিয়াত ৰিগিং হৈছে। আইনী সমস্যাও আছে। কিন্তু আমেৰিকাই এই দাবী মানি ল’বলৈ অনিচ্ছুক। ফলত জটিলতা বাঢ়িছে। ইফালে ৰাছিয়া আৰু চীনৰ ভেটোক আদৰণি জনাইছে ইৰাণে। তেহৰাণৰ ৰাষ্ট্ৰসংঘৰ মিছনে দুয়োখন দেশক ধন্যবাদ জনাইছে।

অৱশ্যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ আন্তঃৰাষ্ট্ৰীয় মহলত উত্তেজনা বৃদ্ধি পাইছে। ইৰাণৰ মজুত থকা ইউৰেনিয়াম আৰু ইয়াৰ স্বতন্ত্ৰ পাৰমাণৱিক কাৰ্যসূচী চলাই নিয়াটো আমেৰিকাই ভাল চকুৰে চোৱা নাই। সেয়েহে ফ্ৰান্স, জাৰ্মানী, ব্ৰিটেইন, আমেৰিকাৰ মাজত বিকল্প নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ উদ্যোগ লোৱা হয়। কিন্তু কোৱা বাহুল্য যে ভেটো প্ৰয়োগৰ ফলত সেই পদক্ষেপত এটা বিপৰ্যয়ৰ সৃষ্টি কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm
বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd