বিষাক্ত ভেঁকুৰৰ বাবে ১০টা হাতীৰ মৃত্যু! ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদনত উজাগৰ তথ্য
বান্ধৱগড়ত ১০টা হাতীৰ মৃত্যুৰ কাৰণ পোহৰলৈ আহিছে। বিষত নহয়, বাজৰাৰ ভেঁকুৰে বাবে হাতীকেইটাই মৃত্যুবৰণ কৰিছিল। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যানত...











