• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিষাক্ত ভেঁকুৰৰ বাবে ১০টা হাতীৰ মৃত্যু! ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদনত উজাগৰ তথ্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 7, 2024 8:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বান্ধৱগড়ত ১০টা হাতীৰ মৃত্যুৰ কাৰণ পোহৰলৈ আহিছে। বিষত নহয়, বাজৰাৰ ভেঁকুৰে বাবে হাতীকেইটাই মৃত্যুবৰণ কৰিছিল। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড়ৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাত্ৰ ৭২ ঘন্টাত তাত ১০টা হাতীৰ মৃত্যু। হাতীটোৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কোনো কোনোৱে কৈ আছিল যে সেই হাতীবোৰক বিষ খুৱাই হত্যা কৰা হৈছিল। বন বিভাগৰ দুগৰাকী বিষয়াকো নিলম্বন কৰা হৈছে৷ এইবাৰ টক্সিক’লজীৰ প্ৰতিবেদনত কোৱা হৈছে যে হাতীবোৰৰ মৃত্যু হৈছে ‘ইচ্ছাকৃত’ বিষক্ৰিয়াৰ ফলত নহয়, কোডো বাজৰাত জন্ম হোৱা ভেঁকুৰৰ বাবে।

ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান বাৰেলীৰ প্ৰতিবেদনত কোৱা হৈছে যে মৃত হাতীকেইটাক ইচ্ছাকৃতভাৱে বিষক্ৰিয়া কৰা হোৱা নাছিল। ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত কোডো বাজৰা খাই মৃত্যুক সাৱটি লয় হাতী কেইটাই৷ মৰণোত্তৰ পৰীক্ষাত হাতীৰ পেটত বাজৰাৰ অতিমাত্ৰা ঔষধ পোৱা গৈছে। কোডো বাজৰাৰ বীজত থকা অন্যতম প্ৰধান মাইক্ৰ’টক্সিন বিষাক্ত চাইক্ল’পিয়াজ’নিক এচিড পোৱা গৈছিল। তাৰ পৰা বিষ বিয়পে।

হাতীৰ মৃত্যুৰ ঘটনাই বহু দূৰলৈ বিয়পি পৰিছে। এই ঘটনাৰ লগে লগে মধ্যপ্ৰদেশৰ বনমন্ত্ৰী ৰামনিবাস ৰাৱটে তদন্তৰ নিৰ্দেশ দিয়ে। দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ নিৰ্দেশ দিয়া হয়। মধ্যপ্ৰদেশ চৰকাৰেও ১০টা হাতীৰ মৃত্যুৰ কাৰণৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰে। একেদৰে দিল্লীৰ পৰা বিশেষজ্ঞ দলটোৱে বান্ধৱগড় পাইহি। ১৪ জন পশু চিকিৎসকৰ তত্বাৱধানত মৰণোত্তৰ পৰীক্ষা আৰম্ভ হয়। প্ৰথম অৱস্থাত বিষক্ৰিয়াৰ বাবে হাতী দুটাৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছিল। মৃত আটাইকেইটা হাতীৰ পেটত বৃহৎ পৰিমাণৰ বাজৰা থকা দেখা গৈছে। কিন্তু তদন্তকাৰীসকলে এই বিষক্ৰিয়াক লৈ সন্দেহ প্ৰকাশ কৰিছিল, বা ইয়াৰ আঁৰত ইয়াতকৈও বৃহৎ ষড়যন্ত্ৰ আছে নেকি? বন বিভাগৰ একাংশ বিষয়াৰো মতামত আছিল যে অতিমাত্ৰা কীটনাশকৰ ফলত হাতীবোৰৰ মৃত্যু হ’ব পাৰে। ছয়জন কৃষককো চিনাক্ত কৰা হৈছে, যাৰ পথাৰৰ পৰা হাতীয়ে বাজৰা খাইছিল। কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা টক্সিক’লজী প্ৰতিবেদনে সকলো জল্পনা-কল্পনা সমাপ্ত কৰে।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd