পঞ্চায়ত নিৰ্বাচনৰ বাবে ‘আপ’ৰ শ্লোগান মুকলি : আৰম্ভ হ’ল প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন পত্ৰ পূৰণৰ প্ৰক্ৰিয়া
ৰাজ্যৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে আম আদমী পাৰ্টিয়ে। আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত...











