‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত
মধ্যপ্ৰদেশৰ উজ্জয়িনীত শুকুৰবাৰে অৰ্থাৎ ওঠৰ ছেপ্টেম্বৰত অনুষ্ঠিত ‘যুৱ ধৰ্ম সংসদ’ত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে ধৰ্মনিৰপেক্ষতা সন্দৰ্ভত...











