এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়
দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত মুক্তি লাভ কৰা দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা বিজয়ৰ অন্তিমখন ছবি 'জননায়গন'এ বক্স অফিচত এক আশাব্যঞ্জক আৰম্ভণি...











